দুদিনীয়া ভ্ৰমণেৰে আজি অসমলৈ অমৃত শ্বাহ-জে পি নাড্ডা

A

নিউজ ডেস্ক:

দুদিনীয়া ভ্ৰমণেৰে আজি অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমৃত শ্বাহ আৰু বিজেপিৰ সভাপতি জে পি নাড্ডা।
অসম ৰাজ্যিক বিজেপিৰ নৱ-নিৰ্মিত কাৰ্যালয় মুকলি কৰাৰ বাবে আহিব দুয়োগৰাকী।অহা ৮অক্টোবৰত মুকলি কৰিব ৰাজ্যিক বিজেপিৰ কাৰ্যালয়।উল্লেখ্য যে গুৱাহাটীৰ বশিষ্টত ৫ তলাযুক্ত ৰাজ্যিক বিজেপিৰ কাৰ্যালয় মুকলি কৰিব শ্বাহ আৰু নাড্ডাই।

Your Comments