
নিউজ ডেস্ক:
পি এফ আই নিষিদ্ধ কৰা কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তক আদৰণি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।গৃহমন্ত্ৰনালয়ৰ এই সিদ্ধান্তক সাহসী সিদ্ধান্ত আখ্যা দিয়ে শৰ্মাই।
আনহাতে পি এফ আইক নিষিদ্ধ ঘোষণা কৰাৰ পিছতে অসমত সংগঠনটোক সক্রিয় সদস্যক গ্ৰেপ্তাৰ কৰাৰ নির্দেশ দিয়াৰ লগতে কাৰ্যালয়সমূহো চীল কৰাৰ নিৰ্দেশ দিয়ে শৰ্মাই ৷
আনহাতে CAA আন্দোলন, গৰখুঁটীৰ উচ্ছেদৰ সময়ত PFIয়ে অমানৱীয় কাৰ্য সংঘটিত কৰা বুলি মুখ্যমন্ত্ৰীয়ে কয়।
- Log in to post comments
- 5 views