
নিউজ ডেস্ক:
অসম এৰিলে আনন্দ মিশ্ৰই।অসম মেঘালয়ৰ কেডাৰ গৰাকী বিহাৰলৈ বদলি।
উল্লেখ্য যে নগাঁও আৰক্ষীৰ অধীক্ষক হৈ থকা সময়তে ছাত্ৰ নেতা কীৰ্তি কমল বৰাক ভুৱা এনকাউণ্টাৰ কৰাৰ পিচতে অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ মিশ্ৰক বদলি কৰিছিল।অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত থাকিয়েই বিহাৰলৈ বদলিৰ আবেদন কৰিছিল মিশ্ৰই ৷
- Log in to post comments
- 4 views