মই জেমছ বণ্ড নহয়, কুমুদ দাসৰ পুত্ৰ ভিক্টৰ দাস

A

নিউজ ডেস্ক:

"মই জেমছ বণ্ড নহয় কুমুদ দাসৰ পুত্ৰ ভিক্টৰ দাস হয়"- মহানগৰ আৰক্ষীৰ বেষ্টনীৰ পৰাই মুখ্যমন্ত্ৰীক চিঞৰি চিঞৰি প্ৰত্যুত্তৰ ভিক্টৰ দাসৰ।মই ভাগৰা নাই, আমি জিকিমেই এটা এটাকৈ ধৰা পৰিছে আৰু ধৰা পৰিব, সকলো ফাদিল হ'ব।
আনহাতে আৰক্ষীয়ে শাৰীৰিক ভাৱে অপদষ্ট কৰিছে নেকি বুলি সুধা প্ৰশ্নত ভিক্টৰে কয়- মই ঠিকেই আছোঁ।পানবজাৰ আৰক্ষী থানা জয় জয়।সকলো ধৰা পৰিব।ছাত্ৰ-ছাত্ৰীয়ে ভয় খাব নালাগে, মই ভাগৰা নাই- দাসে লগতে কয়।
উল্লেখ্য যে পানবজাৰ আৰক্ষীৰ জিম্মাত আছে ভিক্টৰ দাস।

Your Comments