ওলাই আহিব নালাগে ভিক্টৰৰ ন্যায়ালয়ৰ বাবে ঘৰৰ পৰাই ছাত্ৰ-ছাত্ৰীয়ে আশীৰ্বাদ কৰক- ভিক্টৰৰ মাতৃ

A

নিউজ ডেস্ক:

"ন্যায়ৰ অপেক্ষাত ভিক্টৰৰ মাতৃ৷ভিক্টৰৰ ন্যায়ৰ বাবে ওলাই আহিব নালাগে ছাত্ৰ ছাত্ৰী৷ঘৰৰ পৰাই আৰ্শীবাদ কৰক ভিক্টৰক"- এই আহ্বান ভিক্টৰ দাসৰ মাতৃ।আজি সংবাদ মাধ্যমৰ সন্মুখত ভিক্টৰৰ মাতৃয়ে কয়-নিজস্থিতিত অতল আছে ভিক্টৰ।তাৰ বিৰুদ্ধে লগোৱা ধাৰা প্ৰযোজ্য নহয়৷নিজৰ স্থিতিৰ পৰা বিচলিত হোৱা নাই৷দালাল নাই যদি কেনেকৈ আৰক্ষীৰ জালত পৰিল ৭টাকৈ দালাল৷

"২০২১চনৰ পৰা টেট শিক্ষক হৈ আছে ভিক্টৰ৷ভিক্টৰৰ নিজৰ শিক্ষা প্ৰতিষ্ঠান নহয়, টিউটৰ হিচাপেহে কাম কৰিছে।ভিক্টৰ জেলত গলে মইও লগত যাব লাগিব"- মাতৃয়ে কয়।চৰকাৰে পৰীক্ষা পতাক লৈ আমাৰ কোনো সন্দেহ নাই৷কিন্তু ভিক্টৰে মিছা কোৱা নাই বুলিও তেওঁ লগতে কয়।

Your Comments