ভিক্টৰ দাস-বনজিত ঠাকুৰীয়াৰ ন্যায়ৰ দাবীত গুৱাহাটীত তৃণমূল যুৱ কংগ্ৰেছৰ প্ৰতিবাদ

A

নিউজ ডেস্ক:

গুৱাহাটীত অসম তৃণমূল যুৱ কংগ্ৰেছৰ প্ৰতিবাদ।ভিক্টৰ দাসক গ্ৰেপ্তাৰৰ বিৰোধিতা আৰু সাংবাদিক বনজিত ঠাকুৰীয়াৰ আক্ৰমণকাৰীক শাস্তি প্রদানৰ দাবীত এই প্ৰতিবাদ তৃণমূল যুৱ কংগ্ৰেছৰ।গুৱাহাটীত অসম তৃণমূল কংগ্ৰেছৰ কাৰ্যালয়ৰ সন্মুখতে আৰক্ষীয়ে বাধা প্ৰদান কৰি আটক কৰে প্ৰতিবাদকাৰীক৷ 

Your Comments