
নিউজ ডেস্ক:
গুৱাহাটীত কৃষক মুক্তি সংগ্রাম সমিতিৰ প্ৰতিবাদ।চান্দমাৰী জলসিঞ্চন বিভাগৰ কাৰ্যালয় ঘেৰাও KMSSৰ।কৃষকক খেতি-পথাৰত পানী যোগান নধৰাৰ বিৰুদ্ধে প্ৰতিবাদ।জলসিঞ্চন বিভাগৰ বৃহৎ কেলেংকাৰী সন্দৰ্ভত CBI তদন্তৰ দাবী।আৰক্ষীৰে খণ্ডযুদ্ধ প্ৰতিবাদকাৰীসকলক।
- Log in to post comments
- 8 views