
নিউজ ডেস্ক:
"কিছু সংখ্যক মুছলমানৰ বাবে বদনাম হয় সমগ্র মুছলমান সমাজ।মাদ্ৰাছা শিক্ষাৰে উচ্চ শিক্ষালৈ যাব নিদিয়ে, আৰৱীক পঢ়িবলৈ গৈ জেহাদীৰ সৃষ্টি হয়"-এই বিস্ফোৰক মন্তব্য বিধায়ক দিগন্ত কলিতাৰ।
ব্যক্তিগত মাদ্ৰাছাৰ ওপৰত চোকা নজৰ ৰাখিছে অসম চৰকাৰে।বদৰুদ্দিন আজমলৰ সভাপতিত্বত সোমবাৰে অনুষ্ঠিত বৈঠকৰ প্ৰসংগত কলিতাই কয়-মাদ্ৰাছাক লৈ কংগ্ৰেছ-AIUDFবিধায়ক আৰু আজমলে উচতনি দিলে কঠোৰ ব্যৱস্থা লোৱা হ’ব।মাদ্ৰাছাক লৈ অসম চৰকাৰে কাকো এক্সকিউজ নকৰে।
মাদ্ৰাছাত পঢ়াবলৈ গৈ জেহাদীৰ যাতে জন্ম নহয় তাৰ প্ৰতি দৃষ্টি দিবলৈ সকীয়নী বিধায়ক দিগন্ত কলিতাৰ।
- Log in to post comments
- 3 views