উৎকোচ লৈ পুনৰ গ্ৰেপ্তাৰ বন বিষয়া দেৱব্ৰত গোহাঁই

A

নিউজ ডেস্ক:

উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ ৰেঞ্জাৰ।উৎকোচ লৈ পলাবলৈ লওঁতে হাতে-লোটে গ্ৰেপ্তাৰ কৰে বন বিষয়া দেৱব্ৰত গোহাঁইক।কাছাৰৰ লক্ষীপুৰৰ ৰেঞ্জাৰ আছিল ধৃত গোহাঁই।দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰে ধৃত গোহাঁইক।

Your Comments