দেশত পুনৰ ৫০টকাকৈ বৃদ্ধি পালে ৰন্ধন গেছৰ মূল্য

A

নিউজ ডেস্ক:
দেশত পুনৰ বৃদ্ধি ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য।জনতাক মাধমাৰ শোধাই পুনৰ বৃদ্ধি কৰিলে ঘৰুৱা ব্যৱহাৰ্য ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য।প্ৰতি চিলিণ্ডাৰত বৃদ্ধি ৫০টকাকৈ ।১৪.২ কিলোগ্ৰাম ওজনৰ ঘৰুৱা চিলিণ্ডাৰৰ মূল্য ৫০ টকা বৃদ্ধি কৰা হৈছে।একেদৰে ৫কিলোগ্ৰাম ওজনৰ  চিলিণ্ডাৰৰ মূল্য ১৮টকাকৈ বৃদ্ধি হৈছে আজিৰে পৰা।গুৰুত্বপূৰ্ণ কথা এই  যে আজিৰে পৰা বৃদ্ধি পোৱা মূল্য মতে ৰাজধানী দিল্লীত এটা চিলিণ্ডাৰৰ নতুন দাম হ’ব ১,০৫৩ টকা।

Your Comments