
নিউজ ডেস্ক:
গুৱাহাটী মহানগৰীৰ পথত বাঘৰ পোৱালিৰ মৃত্যু।বুধবাৰে কাহিলীপাৰাস্থিত নৰকাসুৰ পাহাৰৰ টি ভি টাৱাৰ পথত উদ্ধাৰ হয় মৃত নাহৰফুটুকী বাঘৰ পোৱালি।মৃত অৱস্থাত উদ্ধাৰ হোৱা বাঘৰ পোৱালিটো গাড়ীৰে মহতীয়াই যোৱাৰ সন্দেহ।পথ পাৰ হওঁতে গাড়ীৰ খুণ্ডাত পোৱালিটোৰ মৃত্যু হোৱাৰ সন্দেহ স্থানীয় ৰাইজ তথা বন-বিভাগৰ।ইফালে মৃত বাঘৰ পোৱালিটো মৰোণোত্তৰ পৰীক্ষাৰ বাবে লৈ যায় প্ৰশাসনে।
- Log in to post comments
- 12 views