দিল্লীত উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়ধীশ আৰু মুখ্যমন্ত্ৰীৰ সন্মিলন

A

নিউজ ডেস্ক:

দিল্লীত উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়ধীশ আৰু মুখ্যমন্ত্ৰীৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বৈঠক।ন্যায় ব্যৱস্থাক অধিক তৰান্বিত  কৰাৰ উদ্দেশ্যৰে আয়োজন কৰা হৈছে বৈঠক খন।দেশৰ প্ৰায়বিলাক ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলে অংশগ্ৰহণ কৰিছে বৈঠকত।
তাৎপৰ্যপূৰ্ণ কথা এই যে ,আইন ব্যৱস্থাক গতিশীল কৰাত চৰকাৰ তথা প্ৰশাসনৰ মাজৰ সম্পৰ্ক পৰ্যালোচনা কৰাৰ বাবেই আয়োজন কৰা হৈছে বৈঠকখন।

Your Comments