APSC কেলেংকাৰী সন্দৰ্ভত গুৰুত্বপূৰ্ণ সিদ্ধান্ত কেবিনেটৰ

A

B

নিউজ ডেস্ক:
APSC কেলেংকাৰী সন্দৰ্ভত গুৰুত্বপূৰ্ণ সিদ্ধান্ত কেবিনেটৰ ৷গুৰুত্বপূৰ্ণ কথা এই যে ,২০১৩ বৰ্ষৰ CEE পৰীক্ষাৰ ফলাফল সম্পূৰ্ণৰূপে খাৰিজ কৰিব পাৰি নেকি সেই সন্দৰ্ভত দুমাহৰ ভিতৰত পৰামৰ্শ দিবলৈ নতুনকৈ এখন কমিটি গঠন কৰা হৈছে ৷পোহৰলৈ অহা অনিয়মৰ ভিত্তিত কাৰ ক্ষেত্ৰত কি পৰ্যায়ৰ ব্যৱস্থা ল’ব পাৰি সেই সন্দৰ্ভতো কমিটিয়ে পৰামৰ্শ আগবঢ়োৱাৰ  লগতে ২০১৪ বৰ্ষতো এনে অনিয়ম হৈছিল নেকি তাক পৰীক্ষাৰ বাবে ১৫ দিনৰ ভিতৰত এজন অৱসৰপ্ৰাপ্ত ন্যায়াধীশক লৈ অনুৰূপ এখন কমিটি গঠন কৰা হ’ব।

Your Comments