
নিউজ ডেস্ক:
গুৱাহাটী মহানগৰীতো অৱশেষত পেট্ৰ'লে অতিক্ৰম কৰিলে শতকৰ ঘৰ।আজি গুৱাহাটীত প্ৰতিলিটাৰ পেট্ৰ'লত হ'লগৈ ১০০টকা ৭৮পইচা।আনহাতে প্ৰতি লিটাৰ ডিজেলৰ মূল্য ৮৬.৭৫টকা।
উল্লেখ্য যে , বিগত ৯টা দিনত ৮বাৰ বৃদ্ধি হ’ল পেট্ৰ’লৰ দাম।তাৎপৰ্যপূৰ্ণ কথা এই যে , ইন্ধনজাত সামগ্ৰীৰ দাম বৃদ্ধিৰ পাছতেই এতিয়া অত্যাৱশ্যকীয় সেৱাসমূহো বৃদ্ধি হ’বলৈ ধৰিছে।খাদ্য-সামগ্ৰীৰ পৰা আৰম্ভ কৰি প্ৰতিবিধ সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে।
- Log in to post comments
- 5 views