বিশ্বনাথ চাৰিআলিৰ উপায়ুক্তৰ দায়িত্বত গান্ধীনগৰ মজলীয়া বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ দেৱ কুমাৰ মিশ্ৰ

A

 

নিউজ ডেস্ক:

গান্ধীনগৰ মজলীয়া বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ দেৱ কুমাৰ মিশ্ৰই বিশ্বনাথ চাৰিআলিৰ উপায়ুক্ত হিচাপে কাৰ্য্যভাৰ গ্ৰহন কৰে ৷ তেওঁৰ এই সফলতাৰ বাবে একালৰ সহপাঠীবৃন্দই গৌৰৱ অনুভৱ কৰাৰ লগতে বুধবাৰে তেওঁক উপায়ুক্ত কাৰ্যালয়তে সম্বৰ্ধনা জনাই।

গুৰুত্বপূৰ্ণ যে গান্ধীনগৰ মজলীয়া প্ৰাথমিক বিদ্যালয়ৰ বৰ্তমান আৰু ভবিষ্যত উন্নতিৰ বিষয়েও মিশ্ৰৰ সৈতে এক আলোচনাত মিলিত হয় প্ৰাক্তন সতীৰ্থসকল।উপায়ুক্ত মিশ্ৰক সাক্ষাৎ সময়ত সহপাঠী   উজ্জ্বল শৰ্মা,দিপেন ডেকা ,ৰাজীৱ শৰ্মা ,বিৰিঞ্চি মেধি ,হেৰম্ব শৰ্মা  আৰু গোপাল মহন্ত  উপস্থিত থাকে ৷

Your Comments