ইউক্ৰেইনত আৱদ্ধ হোজাই জিলাৰ লংকাৰ এজন ছাত্ৰ

A

নিউজ ডেস্ক: 

ইউক্ৰেইনত আৱদ্ধ হোজাই জিলাৰ লংকাৰ এজন ছাত্ৰ ৷ছাত্ৰজনৰ নাম ইয়াহিয়া আল  মুবাৰক।ছাত্ৰজনৰ ঘৰ লংকাৰ উদালীত৷
ছাত্ৰজন ২০১৭ চনতে ইউক্ৰেনলৈ মেডিকেল পঢ়িবলৈ গৈছিল।
চুমি ইষ্টেট ইউনিভাৰ্চিটি অফ মেডিকেল ইনষ্টিটিউতত অধ্যয়ন কৰি আছে ছাত্ৰজনে।
হোজাই জিলা উপায়ুক্ত আৰু জিলা প্ৰশাসনে বৰ্তমান তেওঁৰ লগত যোগাযোগ কৰিছে।
ইয়াহিয়া আল মুৱাৰকৰ পিতৃয়ে চৰকাৰক তেওঁক উদ্ধাৰ কৰি আনিবলৈ অনুৰোধ জনাইছে।

 

Your Comments