শিৱৰাত্ৰি উপলক্ষে বুধবাৰে শিৱসাগৰ জিলা স্থানীয় বন্ধ

A

নিউজ ডেস্ক:
মহা শিৱৰাত্রি উপলক্ষে শিৱসাগৰ জিলাত বুধবাৰে স্থানীয় বন্ধ ঘোষণা।জিলা প্ৰশাসনে ঘোষণা কৰিছে জিলাখনৰ স্থানীয় বন্ধ।স্থানীয় বন্ধৰ সময়ছোৱা সমগ্ৰ জিলাখনত স্কুল-কাৰ্যালয় বন্ধ থাকিব।
উল্লেখ্য যে অন্য বৰ্ষৰ দৰে এইবাৰো ৪দিনীয়াকৈ শিৱসাগৰ ঐতিহাসিক শিৱদ’লত আয়োজন হৈছে মহাশিৱৰাত্রি ৷

Your Comments