ইউক্ৰেইনত আবদ্ধ লোকক সহায়ৰ বাবে কামৰূপ মহানগৰ প্ৰশাসনৰ বিশেষ পদক্ষেপ

A

 

নিউজ ডেস্ক :
ইউক্ৰেইনত আবদ্ধ লোকক সহায়ৰ বাবে কামৰূপ মহানগৰ প্ৰশাসনে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ। 
উল্লেখ্য যে ,কামৰূপ মহানগৰ অথবা গুৱাহাটীৰ কোনো লোক ইউক্ৰেইনত আবদ্ধ হৈ থকাৰ বিষয়ে জিলা জৰুৰীকালীন অভিযান কেন্দ্ৰক অৱগত কৰিবলৈ অনুৰোধ জনাইছে জিলা প্ৰশাসনে।
 টোল ফ্রী নম্বৰ ১০৭৭ নম্বৰত ফোন কৰিব পাৰিব অথবা ৯৩৬৫৪২৯৩১৪ নম্বৰত থকা হোৱাটচ এপৰ জৰিয়তে প্ৰশাসনক অৱগত কৰিব পাৰিব।

 

Your Comments