CBSC দশম-দ্বাদশ শ্রেণীৰ পৰীক্ষা ২৬এপ্ৰিলৰ পৰা

A

নিউজ ডেস্ক:

চিবিএছচি ২০২২বৰ্ষৰ দশম-দ্বাদশ শ্রেণীৰ চূড়ান্ত পৰীক্ষাৰ সময়সূচী ঘোষণা।২৬ এপ্ৰিলৰ পৰা আৰম্ভ হ’ব পৰীক্ষা।উল্লেখ্য যে অফলাইন মাধ্যমত অনুষ্ঠিত হ’ব পৰীক্ষা।
গুৰুত্বপূৰ্ণ কথা এই যে, যোৱা বৰ্ষত ক'ৰনাৰ বাবে অনুষ্ঠিত হোৱা নাছিল পৰীক্ষা।ফলত বিশেষ মূল্যায়ংকণৰ জৰিয়তে ঘোষণা কৰিছিল ফলাফল।

Your Comments