হোজাই জিলাত  লংকাৰ বামুণ গাঁওত মুকলি কৰা হৈছে" এছিয়ান ফিটনেছ ক্লাৱ "নামৰ এটা অত্যাধুনিক শৰীৰ চৰ্চাৰ কেন্দ্ৰ

A

নিউজ ডেস্ক:
হোজাই জিলাৰ  লংকাৰ বামুণ গাঁৱত মুকলি কৰা হৈছে "এছিয়ান ফিটনেছ ক্লাৱ" নামৰ এটা অত্যাধিক শৰীৰ চৰ্চা কেন্দ্ৰটো মুকলি কৰে হোজাই জিলাৰ  জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰানজিত দুৱৰাই
মুকলি অনুষ্ঠানত উপস্থিত থাকি তিনি বাৰকৈ ,মিষ্টাৰ ইণ্ডিয়া , খিতাপ অৰ্জন কৰা নগাঁৱৰ শৰীৰ চৰ্চাবিদ চৰিফুল শইকীয়া বৰ্তমান সময়ত শৰীৰ চৰ্চাৰ গুৰুত্ব আৰু উপকাৰিতাৰ বিষয়ে ব‍্যাখ‍্যা আগবঢ়ায় ।কয় যে আপুনি সুস্থ মানেই সমাজ সুস্থ’ৰ এক ধাৰা সৃষ্টি হোৱাৰ কামনা কৰিছে শৰীৰ চৰ্চাবিদ গৰাকীয়ে 
হোজাই লংকাৰ  জিম মুকলি কৰি কয়  যে, নতুনকৈ মুকলি হোৱা শৰীৰ চৰ্চা কেন্দ্ৰটোত সত্বাধীকৰ  দিহা-পৰামৰ্শ আগবঢ়াব । লংকাৰ  যুৱচাম তথা ছাত্ৰ-ছাত্ৰীসকলে এই কেন্দ্ৰটোৰ পৰা লাভান্বিত হ’ব বুলি আশা প্ৰকাশ  কৰিছে জিমটোৰ স্বত্বাধিকাৰীয়ে । 

Your Comments