নিউজ ডেস্ক:
দেশত পুনৰ বৃদ্ধি পাইছে কৰোনাত আক্ৰান্তৰ সংখ্যা।
বিগত ২৪ঘন্টাত আক্ৰান্ত হৈছে ১৬হাজাৰ ৩২৬গৰাকী লোক । তাৰ বিপৰীতে মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছে ৬৬৬ গৰাকীলৈ ।
কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে সদৰি কৰা তথ্য মতে বৰ্তমান দেশত চিকিৎসাধীন অৱস্থাত আছে ১লাখ ৭৩হাজাৰ ৭২৮গৰাকী লোক ।
- Log in to post comments
- 44 views