হিজবুলৰ সদস্য কমৰুজ আগষ্টত আহিছিল ঘৰলৈ

হিজবুলৰ সদস্য কমৰুজ আগষ্টত আহিছিল ঘৰলৈ

আগষ্ট মাহত অসমৰ নিজ গৃহলৈ আহিছিল হিজবুল মুজাহিদিনৰ সদস্য কমৰুজ জামান । তেতিয়া লগ কৰিছিল শ্বাহনেৱাজ আলম ওৰফে মিদুলৰ লগত ।

কমৰুজ জামানক মোবাইল আৰু ছিম কাৰ্ড যোগান ধৰিছিল ধৃত শ্বাহনেৱাজে ।  প্ৰত্যক্ষভাৱে সহায় কৰি গৈছিল কমৰুজ জামানক । শ্বাহনেৱাজৰ বিৰুদ্ধে যমুনামূখ থানাত ৰুজু কৰা হৈছে গোচৰ ।

হিজবুলৰ সদস্য কমৰুজ আগষ্টত আহিছিল ঘৰলৈ

গোচৰ নম্বৰ ১২৪/১৮ ইউ/এছ ১২০(বি)/ ১২১/১২১(এ) আই পি চি আৰ/ডব্লিউ ধাৰা ১০(এ)/১৭/১৮/১৯ অ' এফ ইউ এ(পি) ৷

উল্লেখ্য যে শ্বাহনেৱাজে হিজবুলৰ লিংকমেন হিচাপে কাম কৰিছিল অসমত ।

Your Comments