শোণিতপুৰৰ চতিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত পথৰ শুভ উদ্বোধন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

A


নিউজ ডেস্ক :
শোণিতপুৰ জিলাৰ চতিয়া বিধানসভাৰ অন্তৰ্গত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা কন্যকা বহুমুখী কৃষি পামলৈ নতুন ৰূপত নিৰ্মাণ কৰা পথটিৰ শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। এই পথছোৱা নিৰ্মাণ কৰোতে ৯.৯৯ কোটি টকা ব্যয় কৰা হৈছে ৷উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰী শৰ্মাৰ লগতে মাননীয় মন্ত্ৰী পিযুষ হাজৰিকা , সাংসদ পল্লবলোচন দাস আৰু বিধায়ক পদ্ম হাজৰিকাও উপস্থিত থাকে ৷ উদ্বোধনী অনুষ্ঠানত হিমন্ত বিশ্ব শৰ্মাই কয় যে " ২০১৯-২০ বৰ্ষৰ এছ অ’ পি ডি জিৰ স্বাক্ষৰ প্ৰকল্পৰ অধীনত নিৰ্মাণ কৰা এই পথটিয়ে বৃহত্তৰ চতিয়াবাসীৰ যোগাযোগ আৰু যাতায়তৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব ।"B

Your Comments