মিজোৰাম ভ্ৰমণৰ বাধ্যবাধকতা প্ৰত্যাহাৰ ৰাজ্য চৰকাৰৰ

A

নিউজ ডেস্ক:


মিজোৰাম ভ্ৰমণৰ বাধা প্ৰত্যাহাৰ ৰাজ্য চৰকাৰৰ।বৃহস্পতিবাৰে দুয়োখন ৰাজ্যৰ প্ৰতিনিধিৰ মাজত হোৱা আলোচনা মৰ্মে প্ৰত্যাহাৰ কৰা হৈছে নিৰ্দেশনা।উল্লেখ্য যে  যোৱা ২৯ জুলাইত ৰাজ্য চৰকাৰে জাৰি  কৰিছিল নিৰ্দেশনা।

ৰাজ্যৰ গৃহবিভাগে নিৰ্দেশনা যুগে পুৰ্ব নিৰ্দেশনা প্ৰত্যাহাৰ কৰাৰ কথা উল্লেখ কৰিছে।

গুৰুত্বপূৰ্ণ কথা এই যে লাইলাপুৰৰ অসম -মিজোৰাম সীমান্তত সংঘটিত আক্ৰমণৰ ঘটনাৰ পাছতে গৃহ বিভাগে ৰাজ্যবাসীক মিজোৰাম ভ্ৰমণৰ পৰা বিৰত থকাৰ নিৰ্দেশনা জাৰি কৰিছিল।

Your Comments