কলা শাখাত উৰ্ত্তীণৰ হাৰ সৰ্বাধিক মাজুলীত ৯৯.৯১শতাংশ: সৰ্বনিম্ন চৰাইদেউত ৯৬.১৭শতাংশ

A

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ কলা শাখাত উৰ্ত্তীণৰ হাৰ সৰ্বাধিক মাজুলী জিলাত। ৯৯.৮৬শতাংশ পৰীক্ষাৰ্থী উৰ্ত্তীণ হৈছে জিলাখনত।

পৰীক্ষাত অৱতীৰ্ণ হৈছিল ২১৭২ গৰাকী আৰু তাৰে উৰ্ত্তীণ সংখ্যা ২১৭০জন।
প্ৰথম বিভাগত ৭৫৯জন, দ্বিতীয় ১০২৪জন আৰু তৃতীয় বিভাগত ৩৮৭জন উত্তীৰ্ণ হয়।

আনহাতে উৰ্ত্তীণৰ হাৰ সৰ্বনিম্ন চৰাইদেউ জিলাত।উৰ্ত্তীণৰ হাৰ ৯৬.১৭ শতাংশ।অৱৰ্তীন হৈছিল ২৮৬৯ জন।উৰ্ত্তীণ হৈছে ২৭৫৯জন।প্ৰথম বিভাগ ৮০৮জন, দ্বিতীয় ১০৪৪ জন আৰু তৃতীয় ৯০৭জনে পাইছে।

ৰাজ্যত কলা শাখাত উৰ্ত্তীণৰ হাৰ ৯৮.৯৩ শতাংশ।

Your Comments