বাণিজ্য শাখাত ১০০ শতাংশ উত্তীৰ্ণ ১৩খন জিলাৰ: সৰ্বনিম্ন ডিমা হাছাও

A

নিউজ ডেস্ক :
ঘোষিত উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত বাণিজ্য শাখাত জিলা হিচাপে উত্তীৰ্ণ  সৰ্বাধিক ১৩ খন জিলা।

১০০শতাংশ উত্তীৰ্ণৰে প্ৰথম স্থানত থকা জিলা ১৩খন হৈছে- বিশ্বনাথ, চৰাইদেউ, চিৰাং, ধেমাজি, ধুবুৰী, গোৱালপাৰা, কোকৰাঝাৰ, মাজুলী, মৰিগাওঁ, নলবাৰী, দক্ষিণ শালমৰা, ওদালগুৰি আৰু পশ্চিম কাৰ্বি আংলং।

আনহাতে সৰ্বনিম্ন উত্তীৰ্ণ ৰ জিলা হৈছে ডিমা হাছাও।জিলাখনত উত্তীৰ্ণ ৰ হাৰ ৯৭.৪৪ শতাংশ।

Your Comments