ৰাজ্যৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বিজ্ঞান শাখাত উত্তীৰ্ণৰ হাৰ ৯৯.০৬ শতাংশ

A

নিউজ ডেস্ক ::

ৰাজ্যৰ উচ্চতৰ মাধ্যমিক চুড়ান্ত বৰ্ষৰ ফলাফল ঘোষণা।বিজ্ঞান শাখাত উত্তীৰ্ণ হাৰ ৯৯.০৬ শতাংশ।পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিলে উত্তীৰ্ণৰ  হাৰে।

উল্লেখ্য  যে বিজ্ঞান শাখাত অৱতীৰ্ন হৈছিল ৩৮৪৩০জন।তাৰে উত্তীৰ্ণ ৩৮০৬৮জন।প্ৰথম বিভাগত ৩২৯১৭জন দ্বিতীয় বিভাগত ৪৬০৯জন, তৃতীয় বিভাগত ৫৪২ জন।

গুৰুত্বপূৰ্ণ কথা যে ক'ৰনা পৰিস্থিতিৰ মাজতে বিশেষ মূল্যাংকন  পদ্ধতিৰে ঘোষণা কৰিছে ফলাফল।

Your Comments