হাইমাদ্ৰাছাৰ উত্তীৰ্ণৰ হাৰ ৯৩.১৮ শতাংশ: ওদালগুৰি জিলাত ১০০ শতাংশ উত্তীৰ্ণ

A

নিউজ ডেস্ক :

ৰাজ্যৰ হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফল ঘোষণা।উত্তীৰ্ণৰ হাৰ ৯৩.১৮শতাংশ।

মুঠ অৱতীৰ্ণ  হৈছিল ১২২৭৫জন পৰীক্ষাৰ্থী।প্ৰথম বিভাগত ১৭৫৯ জন, দ্বিতীয়ত ৫৫৮৬ জন ,তৃতীয় বিভাগত ৪০৯৩জন।উত্তীৰ্ণ হৈছে ১১৪৩৮জন।

উল্লেখ্য যে ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ সৰ্বাধিক ৯৩.৫৮ শতাংশৰ বিপৰীতে ছাত্ৰী উত্তীৰ্ণৰ হাৰ ৯২.৯৩ শতাংশ।

গুৰুত্বপূৰ্ণ  যে ১১গৰাকীৰ ফলাফল উইথেল কৰি ৰখা হৈছে।

আনহাতে ওদালগুৰি জিলাত হাইমাদ্ৰাছা উত্তীৰ্ণৰ হাৰ ১০০ শতাংশ।অৱতীৰ্ণ হৈছিল ৮জন।

Your Comments