হাইমাদ্ৰাছাত উৰ্ত্তীণৰ হাৰ ৯৩.১৮ শতাংশ: ওদালগুৰি জিলাত ১০০ শতাংশ উৰ্ত্তীণ

exam

ৰাজ্যৰ হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফল ঘোষণা। উৰ্ত্তীণৰ হাৰ ৯৩.১৮শতাংশ।

মুঠ অৱৰ্তীন হৈছিল ১২২৭৫জন পৰীক্ষাৰ্থী।প্ৰথম বিভাগত ১৭৫৯ জন, দ্বিতীয় ৫৫৮৬ জন তৃতীয় বিভাগ ৪০৯৩জন উৰ্ত্তীণ হয়। মুঠ উৰ্ত্তীণ হৈছে ১১৪৩৮জন।

Result

উল্লেখ্য ছাত্ৰৰ উৰ্ত্তীণ হাৰ সৰ্বাধিক ৯৩.৫৮ শতাংশৰ বিপৰীতে ছাত্ৰী উৰ্ত্তীণৰ হাৰ ৯২.৯৩ শতাংশ।

গুৰুত্বপূৰ্ণ ১১গৰাকীৰ ফলাফল উইথেল কৰি ৰখা হৈছে।

আনহাতে ওদালগুৰি জিলাত হাইমাদ্ৰাছাত উৰ্ত্তীণৰ হাৰ ১০০ শতাংশ।অৱৰ্তীন হৈছিল ৮জন।

Your Comments