উৰ্ত্তীণৰ হাৰ সৰ্বাধিক জিলা বিশ্বনাথত ৯৯.৪০শতাংশ

Result

আজি ঘোষণা হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাত জিলা হিচাপে উৰ্ত্তীণ সৰ্বাধিক বিশ্বনাথ জিলাত। জিলাখনৰ উৰ্ত্তীণৰ হাৰ ৯৯.৪০শতাংশ। মুঠ পৰীক্ষাৰ্থী অৱৰ্তীন হৈছিল ৯হাজাৰ ৮০৯ জন। উৰ্ত্তীণ ৯৭৫০জন।প্ৰথম বিভাগত ১৮৩৬জন।দ্বিতীয় ৪৫৯০জন, তৃতীয় ৩৩২৪জন।

Result

আনহাতে, দ্বিতীয় স্থানত আছে বাক্সা জিলা।উৰ্ত্তীণৰ হাৰ ৯৮.৯১ শতাংশ।

Your Comments