ঘোষণা হল মেট্ৰিকৰ ফলাফল: উত্তীৰ্ণৰ হাৰ ৯৩.১০ শতাংশ

A

নিউজ ডেস্ক :
হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা।ৰাজ্যত উত্তীৰ্ণৰ হাৰ ৯৩.১৭শতাংশ।

প্ৰথম বিভাগত উত্তীৰ্ণ ৮৮হাজাৰ ৫২১জন। দ্বিতীয় বিভাগত ১লাখ ৬০হাজাৰ ২৯৮জন আৰু তৃতীয় বিভাগত ১লাখ ৪৮ হাজাৰ ৩১৩ গৰাকীৰ উত্তীৰ্ণ হৈছে।

পৰীক্ষাত মুঠ অৱতীৰ্ন  ৪ লাখ ২৬ হাজাৰ ৫৫৩জন।ছাত্ৰী ২লাখ ২৮ হাজাৰ ৯৮৮গৰাকী।ছাত্ৰ ১লাখ ৯৭হাজাৰ ৫৬৫গৰাকী।

আনহাতে ছাত্ৰৰ উত্তীৰ্ণৰ  হাৰ ৯৩.৩৪ শতাংশ বিপৰীতে ছাত্ৰী উত্তীৰ্ণৰ  হাৰ ৯২.৯০ শতাংশ।

গুৰুত্বপূৰ্ণ কথা যে ২০২০ বৰ্ষত উত্তীৰ্ণ ৰ  হাৰ আছিল ৬৪.৮০ শতাংশ।

উল্লেখ্য  যে ২৬ গৰাকী ছাত্ৰ-ছাত্ৰী ৰিজাল্ট উইথেল কৰি ৰখা হৈছে।

Your Comments