ৰাজ্যত ক’ৰ’না পৰিস্থিতি লাহে লাহে আয়ত্ত্বৰ ভিতৰলৈ আহিবলৈ আৰম্ভ কৰিছে ৷ ৩০ মে’ দেওবাৰে অসমত ৭১৫৯৮জন লোকৰ ক’ৰ’না পৰীক্ষাৰ পিছত ৩২৪৫ জন লোকৰ দেহৰ ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰে ৷ ৪.৫৩% ক’ৰ’না পজিটিভ কেছৰ হাৰ ৷ আনহাতে, কামৰূপ জিলাত ক’ৰ’না আক্ৰান্তৰ সংখ্যা ৪২২ ৷
উল্লেখ্য যে, আজিৰ দিনটোত মৃত্যুৰ সংখ্যা ৫৫ ৷
ইয়াৰ বিপৰীতে, সুস্থ হোৱা লোকৰ হাৰ ৮৭.৯৭% ৷
এই সকলোখিনি তথ্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ টুইটাৰৰ পেজত প্ৰকাশ কৰিছে ৷
- Log in to post comments
- 8 views