"শুকুৰবাৰৰ পৰা ৰাজ্যত বন্ধ হ'ব আন্ত:জিলা যাতায়ত"-মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা

Pic

ক'ৰ'না প্ৰতিৰোধৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে অতি কঠোৰ সিদ্ধান্ত।শুকুৰবাৰৰ পৰা সমগ্ৰ ৰাজ্যত বন্ধ হ'ব আন্ত:জিলা যাতায়ত।এই ঘোষণা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ।

সাঁউকুচিৰ অক্সিজেন প্লান্টৰ শেহতীয়া পৰিস্থিতিৰ বুজ লৈ এই গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ কথা ঘোষণা মুখ্যমন্ত্ৰীগৰাকীৰ।

উল্লেখ যে শেহতীয়াভাৱে ৰাজ্যত ক'ভিড আক্রান্তৰ সংখ্যা দ্ৰুত গতিত বৃদ্ধি পাইছে।ইতিমধ্যে ক'ভিড প্ৰতিৰোধ কৰাৰ বাবে ৰাজ্য চৰকাৰে বহু কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

Your Comments