গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য অখিল কুমাৰ মেধিৰ ৩ ফেব্ৰুৱাৰীৰ পুৱা দেহাৱসান ঘটে । মৃত্যুৰ সময়ত তেওঁ ৰয়েল গ্ল’ৱেল বিশ্ববিদ্যালয়ৰ অধ্যাপক হিচাপে কৰ্মৰত আছিল।
পূৰ্বতে মেধি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাসায়ন বিজ্ঞান বিভাগৰ অধ্যাপক আছিল ।
- Log in to post comments
- 11 views