য'তে-ত'তে জাবৰৰ দ'ম:গুৱাহাটীত উন্নয়নৰ নামত এতিয়া ভেকোভাওনা

Pic

গুৱাহাটী মহানগৰীক স্মাৰ্ট চিটী ঘোষনা কৰাৰ বছৰ দিয়েক পাৰ হ’ল । মহানগৰীৰ বহুতো মূল বাট-পথত নিৰ্মাণ হ’ল ডিভাইডাৰ, নিৰ্মাণ হৈছে ফুটব্ৰীজ । কিন্তু উন্নয়ন হ’ব লগা স্থলসমূহত উন্নয়ন হ’লনে প্ৰকৃততে?

Pic

এতিয়াও গুৱাহাটীৰ বহু বাট-পথৰ দাঁঁতিত দেখিবলৈ পোৱা যায় জাবৰৰ দ’ম ৷ কিন্তু এই দৃশ্য দেখিও নেদেখাৰ ভাও জুৰে জিএমচি আৰু জিএমডিএ । কৃত্ৰিম বান ৰোধৰ ক্ষেত্ৰতো অসফল অসম চৰকাৰ ৷ গুৱাহাটীৰ উন্নয়নৰ নামত এতিয়া মহানগৰীত চলিছে কেৱল ভেকোভাওনা । নৱনিৰ্মিত পদপথ,ৰেলিং আদিত ৰং সানিয়ে শৰাধ কৰিছে বুলি অভিযোগ উঠিছে উন্নয়নৰ নামত অহা ধনৰ।

Your Comments