অসমত পৰৱৰ্তী আঞ্চলিক শক্তিৰ চৰকাৰে বিধানসভাত গৃহীত কৰিব কা' বিৰোধী প্ৰস্তাৱ-অখিল গগৈ

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত সাংবাদিকৰে হোৱা বাৰ্তালাপত কাৰাৰুদ্ধ কৃষক নেতা অখিল গগৈৰ গুৰুত্বপূৰ্ণ ঘোষণা।গগৈয়ে ক'লে যে অসমত পৰৱৰ্তী চৰকাৰ হ'ব আঞ্চলিক শক্তিৰ চৰকাৰ।সেই চৰকাৰে পৰৱৰ্তী বিধানসভাত গৃহীত কৰিব কা' অসমত ৱলৱৎ নহ'ব বুলি প্ৰস্তাৱ।পৰৱৰ্তী আঞ্চলিক শক্তিৰ চৰকাৰে কেবিনেটতো কা' বিৰোধী প্ৰস্তাৱ গ্ৰহণ কৰিব।

Your Comments