গুৱাহাটীৰ হেঙেৰাবাৰীত বাঘৰ মুক্ত বিচৰণ।খাদ্যৰ সন্ধানত জনাঞ্চললৈ আহিল এটা প্ৰকাণ্ড নাহৰফুটুকী।
সদাব্যস্ত গুৱাহাটীৰ হেঙেৰাবাৰীৰ মাইলষ্টোন গালৰ্চ হোষ্টেলত নিশা প্ৰৱেশ কৰে নাহৰফুটুকী বাঘটোয়ে।বাঘৰ আতংকত পুৱাৰে পৰা অঞ্চলটোৰ জনতাই ভয়-শংকাত সময় পাৰ কৰে।
প্ৰত্যক্ষদৰ্শীৰ বৰ্ণনা অনুসৰি গাৰ্লছ হোষ্টেলখনৰ ভিতৰৰ এখন চোফাৰ তলত সোমাই আছিল নাহৰফুটুকীটো।ইতিমধ্যে বাঘটোক টেংকুলাইজ কৰাৰ বাবে উপস্থিত হৈছে বন বিভাগৰ লোক।
- Log in to post comments
- 8 views