'এজেপি'ৰ উদ্যোগত ২৯ নৱেম্বৰত জাতীয় চাহ শক্তিৰ ৰাজ্যিক অভিৱৰ্তন

অসম জাতীয় পৰিষদৰ উদ্যোগত অহা ২৯ নৱেম্বৰত এদিনীয়াকৈ অনুষ্ঠিত হ'ব জাতীয় চাহ শক্তিৰ ৰাজ্যিক অভিৱৰ্তন।ডিব্ৰুগড় জিলাৰ চাউলধোৱা চাহ জনজাতি সাংস্কৃতিক কেন্দ্ৰত অনুষ্ঠিত হ'ব ৰাজ্যিক অভিৱৰ্তনখন।উল্লেখ যে চাহ জনগোষ্ঠীয় ভোটাৰক সদৌ অসম ছাত্ৰ সন্থা-অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত গঠন হোৱা নতুন ৰাজনৈতিক দলটোত অংশীদাৰ কৰাৰ বাবে আয়োজন কৰা হৈছে অভিৱৰ্তনখন।

Asom Jatiya Parisad

'অসম প্ৰথম সদায় আৰু চিৰদিন' মূলমন্ত্ৰৰে আগবঢ়া ৰাজনৈতিক দলটোৱে 'ঘৰে ঘৰে আমি,চাহ বাগিচাতো আমি' শীৰ্ষক উদ্দেশ্যে আগত ৰাখি আগবাঢ়িব।

Your Comments