অৱশেষত নুমাল বাঘজানৰ জুই

Baghjan

মে’ মাহৰ এটা দুৰ্ঘটনাৰ বাবে জুন মাহৰ পৰা জ্বলি থকা বাঘজানৰ জুই সম্পূৰ্ণ ১৭২ দিন অৰ্থাৎ প্ৰায় ৬মাহৰ অন্তত নুমুৱাবলৈ সক্ষম হ’ল ৷ কানাডাৰ পৰা ৪তাৰিখে অসম আহি পোৱা এটা বিশেষজ্ঞৰ দলে স্নাবিং নামৰ এক পদ্ধতিৰ সহায়েৰে বাঘজানৰ জুই নুমুৱাত সক্ষম হয় ৷

অইলৰ মুখপাত্ৰ ত্ৰিদীপ হাজৰিকাই দেওবাৰে সংবাদ মাধ্যমক জনোৱা অনুসৰি ব্ৰাইন চলিউচনৰ যোগেদি তেলৰ খাদটো সম্পূৰ্ণ বন্ধ কৰি দিয়াৰ লগতে জুইয়ো বৰ্তমান সম্পূৰ্ণ ৰূপে নুমাই দিয়া হৈছে ৷ পৰিস্থিতি এতিয়া নিয়ন্ত্ৰণত ৷

Your Comments