৩১ অক্টোবৰৰ 'ৰাষ্ট্ৰীয় একতা দিৱস'ৰ বিষয়ে

Sardar Petel

প্ৰত্যেক বছৰে ৩১ অক্টোবৰৰ দিনটো সমগ্ৰ ভাৰতবৰ্ষত 'ৰাষ্ট্ৰীয় একতা দিৱস' হিচাপে পালন কৰা হয় ৷ চৰ্দাৰ বল্লভ ভাই পেটেলক তেওঁৰ জন্মদিনটোত সুঁৱৰি এই একতা দিৱস পালন কৰা হয় ৷

১৮৭৫চনৰ আজিৰ দিনটোতেই অৰ্থাৎ ৩১অক্টোবৰ তাৰিখেই জন্ম হৈছিল চৰ্দাৰ বল্লভ ভাই পেটেলৰ ৷

Pic

২০১৪চনৰপৰা ভাৰত চৰকাৰে এই দিনটো পালন কৰি আহিছে ৷ ৰাষ্ট্ৰীয় একতা দিৱসৰ পালনে ভাৰতবৰ্ষৰ একতা, অখণ্ডতা আৰু সুৰক্ষা নিশ্চিত কৰাত অৰিহণা আগবাঢ়োৱাৰ ক্ষেত্ৰত প্ৰত্যেক ভাৰতীয়কে সজাগ কৰি তোলে।

Your Comments