গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন মুখ্য ন্যায়াধীশ কোন হ'ব জানি লওক

Kotiswar Singh

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন মুখ্য ন্যায়াধীশ।২১ ছেপ্টেম্বৰত ন্যায়ালয়খনত মুখ্য ন্যায়াধীশ হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিব নংমেইকাপাম কটিশ্বৰ সিঙে।বর্তমান ন্যায়াধীশ অজয় লাম্বাৰ উত্তৰসূৰী হিচাপে সিঙে দায়িত্বভাৰ গ্ৰহণ কৰিব।

Your Comments