প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত চিকিৎসাধীন।গুৰুতৰভাৱে অসুস্থ মহন্ত চিকিৎসাধীন হৈ আছে গুৱাহাটীৰ ডাউন টাউন হাস্পতালত ।
স্নায়ুজনিত ৰোগত আক্রান্ত মহন্তক শুকুৰবাৰে ৰাতি ভৰ্তি কৰোৱা হয় চিকিৎসালয়ত।আইচিইউত চিকিৎসাধীন হৈ থকা মহন্ত পূৰ্বতকৈ সুস্থ বুলি জানিবলৈ দিছে চিকিৎসকে।
ইফালে,চিকিৎসালয়লৈ গৈ অগপৰ জ্যেষ্ঠ নেতাগৰাকীৰ খবৰ লয় অগপৰ সভাপতি অতুল বৰা,কাৰ্যকৰী সভাপতি কেশৱ মহন্তই।
- Log in to post comments
- 21 views