ক'ৰ'না ভাইৰাছত আক্রান্ত ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ।টুইটাৰৰ জৰিয়তে সদৰি কৰিলে এই কথা।মঙলবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ দেহত ধৰা পৰে ক'ৰ'না ভাইৰাছৰ উপস্থিতি।
উল্লেখ যে গগৈয়ে তেওঁৰ সংস্পৰ্শলৈ অহা লোকসকলক ক'ভিড পৰীক্ষা কৰাৰ বাবে আহ্বান জনাইছে টুইটাৰৰ জৰিয়তে।
- Log in to post comments
- 35 views