উজনি অসমৰ চাৰিখন জিলাত পুনৰ ২২জন লোকৰ দেহত নতুনকৈ ধৰা পৰিছে ক'ৰ'না ভাইৰাছ।ডিব্ৰুগড়ত ১৪জন,ধেমাজিত ৪জন, তিনিচুকীয়াত ৩জন আৰু চৰাইদেওত ১জন লোক নতুনকৈ আক্রান্ত হৈছে ক'ৰ'নাত।এই কথা সদৰি কৰিলে মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই।
ৰাজ্যত ক'ৰ'না আক্রান্তৰ সংখ্যা ১৩৬১জনলৈ বৃদ্ধি পালে।সুস্থ হৈছে বৰ্তমানলৈ ১৮৫ জন লোক।
- Log in to post comments
- 21 views