নিউজ ডেস্ক :
ৰাজ্যত কিছুসময় পূর্বে পুনৰ ৮৫ জন লোকৰ দেহত ধৰা পৰিছে ক'ৰনা ভাইৰাছ।এই কথা সদৰী কৰিলে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই।কোকৰাঝাৰ আৰু চিৰাং জিলাত ২৬ জনকৈ, হাইলাকান্দিত ২০ জন, কামৰূপ ১৩ জন, ডিব্ৰুগড়ত ১৩ জন, যোৰহাটত ৯জন, গোলাঘাট আৰু কাছাৰত ২জনকৈ আক্রান্ত হৈছে ক'ৰোনাত।উল্লেখ্য যে আজিৰ দিনটোত আক্রান্ত সংখ্যা ১২৮জনলৈ বৃদ্ধি পায়।
ইয়াকে ধৰি ৰাজ্যত মুঠ আক্রান্তৰ সংখ্যা ১১৮৫ জনলৈ বৃদ্ধি হয়।
- Log in to post comments
- 15 views