পুৱাই ৰাজ্যত আৰু ৭ জন লোকৰ দেহত ধৰা পৰিছে ক'ৰ'না ভাইৰাছৰ উপস্থিতি।সৰুসজাই কোৱাৰেণ্টাইন কেন্দ্ৰত ধৰা পৰিছে আক্রান্ত ৬জন।তেওঁলোক হোজাইৰ।অন্য এজন ধুবুৰীত কোৱাৰেণ্টাইন হৈ আছে।এই কথা সদৰী কৰিলে স্বাস্থ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই।
ৰাজ্যত ২৬৬জনলৈ বৃদ্ধি পালে আক্রান্তৰ মুঠ সংখ্যা।
- Log in to post comments
- 13 views