![Pic](/sites/default/files/styles/article_detail/public/2020-04/IMG-20200414-WA0000.jpg?itok=OnfNw5wb)
ৰঙালী বিহুৰ আনন্দৰ মাজতে গোৱালপাৰাত ধৰা পৰিছে এগৰাকীৰ ক'ৰ'না আক্রান্ত।নিজামুদ্দিনৰে জড়িত থকা ব্যক্তিৰ সান্নিধ্যত থকা এজন লোকৰ দেহত ধৰা পৰিছে ক'ৰ'না।স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে এই কথা।ইফালে,নতুনকৈ আক্ৰান্তজনক লৈ ৰাজ্যত ক'ৰ'না আক্রান্তৰ সংখ্যা ৩১জনলৈ বৃদ্ধি পালে।
- Log in to post comments
- 35 views