ৰাজ্যৰ ৰঙালী বিহু সমিতিসমূহলৈ অসম আৰক্ষীৰ গুৰুত্বপূৰ্ণ জাননী।অসম আৰক্ষীৰ আইন শৃংখলা শাখাৰ অতিৰিক্ত সঞ্চালক জিপি সিঙে টুইটাৰৰ জৰিয়তে প্ৰকাশ কৰিছে এই নির্দেশনাৰ কথা।
নিৰ্দেশনাটোত উল্লেখ আছে বিহু অনুষ্ঠানত পাঁচজনতকৈ অধিক ব্যক্তি লগ হ'ব নোৱাৰিব।
একমাত্ৰ পতাকা উত্তোলন কৰিয়ে সামৰণি মাৰিব লাগিব কাৰ্যসূচীৰ।৩০মিনিটতকৈ অধিক সময় ল'ব নোৱাৰিব কাৰ্যসূচীত।
ইয়াৰ উপৰিও সামাজিক দূৰত্ব বজাই ৰাখিব লাগিব অনুষ্ঠানত।
- Log in to post comments
- 42 views