গৌৰীসাগৰ থানাৰ গোচৰত জামিন লাভ কৃষক নেতা অখিল গগৈৰ

Akhil gagoi

নাগৰিকত্ব সংশোধনী আইন চমুকৈ 'কা' বিৰোধী আন্দোলন জনতাৰ মাজত গঢ়ি তোলা অন্যতম সংগঠন কৃষক মুক্তি সংগ্রাম সমিতিৰ উপদেষ্টা অখিল গগৈৰ জামিন লাভ।গৌৰীসাগৰ থানাৰ ১৫৪/২০১৯নম্বৰ গোচৰত শুকুৰবাৰে জামিন লাভ কৰে ডিব্ৰুগড়ত কাৰাৰুদ্ধ হৈ থকা নেতাগৰাকীয়ে।শিৱসাগৰ জিলা মুখ্য ন্যায়িক দণ্ডাধীশ আদালতে এজন ব্যক্তি আৰু ১০হাজাৰ টকাৰ আমানতত কৃষক নেতাজনৰ জামিন মঞ্জুৰ কৰে।

Your Comments