ক'ৰ'না সংক্ৰমণৰ সংকটৰ পৰিপ্ৰেক্ষিতত চলিত বৰ্ষত অনুষ্ঠিত নহয় ৰাজ্যৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষা।সকলো উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ শিক্ষাৰ্থীক উত্তীৰ্ণ কৰা হ'ব দ্বিতীয় বর্ষলৈ।উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে এই কথা ঘোষণা কৰিছে।আনহাতে, উচ্চতৰ মাধ্যমিক চূূড়ান্ত বৰ্ষৰ ফলাফল অহা জুন মাহৰ প্ৰথম সপ্তাহত ঘোষণা কৰা হ'ব বুলি ঘোষণা কৰিছে সংসদে।
- Log in to post comments
- 20 views